নমস্কাৰ বন্ধু-বান্ধৱী সকল,
মই শম্ভূ Success View লৈ আপোনাক স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি লৈ আহিছোঁ APDCL Office Cum Field Assistant Sahayak পদৰ পৰীক্ষা 2018-19 চনত আহিবলগীয়া খুবেই গুৰুত্বপূৰ্ণ computer knowledge chapter বাৰে বাৰে ৰিপিট হোৱা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু সমাধান । Part-3 । এই পাৰ্ট'ত মই "COMPUTER SCIENCE" প্ৰশ্নবোৰৰ সমাধান অসমীয়া আৰু ইংৰাজী ভাষাত আলোচনা কৰিলোঁ।.....
লগত অন্যান্য ভিডিঅ'ত আছে 2016/2017/2018 সমসাময়িক ঘটনা সমূহ (Current Affairs), সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন-আৰু সমাধান G. Science যি আমি সংগ্ৰহ কৰিছোঁ Lucent GK ৰ পৰা। আৰু গুৰুত্বপূৰ্ণ জাননী হ'ল। এই ভিডিঅ' বোৰৰ লিংক তলত দিয়া হৈছে।
পৰৱৰ্তী পৰ্যায়ত ভিডিঅ'বোৰত আমি পৰ্যায়ক্ৰমে প্ৰথমৰ পৰা শেষলৈকে Lucent's GK, Lucent Science, RS Agarwal Maths, Reasoning অসমীয়া ভাষাত অনুবাদ কৰি আপোনালৈ আগবঢ়োৱাৰ চেষ্টা চলাই আছোঁ। আশাকৰোঁ আপোনালোকৰ ভাল লাগিব, যদি ভাল লাগে আমাৰ লগত থাকি আমাক Like, Share, Comments, Subscribe কৰি উৎসাহ আৰু প্ৰেৰণা দিব বুলি আশা ৰাখিলোঁ। আমি ১০০% নিশ্চিত যে Lucent's GK খন যদি আপুনি সম্পূৰ্ণ জানি বুজি লৈছে, এনে কোনো Entrance EXAM নাই যে আপুনি পাছ কৰিব নোৱাৰে। প্ৰতিটো ভিডিঅ'ৰ PDF file আৰু Study Materials পাবলৈ join কৰক আমাৰ Telegram Channelত "SUCCESS VIEW"
?????
https://t.me/successviewassam
___________________
আমাৰ WhatsApp group
????
https://chat.whatsapp.com/G0ZTCr9NuZe1kwpew4iEyk
______
গণিতৰ গুৰুত্বপূৰ্ণ বছা বছা প্ৰশ্ন ভাগ (১)
গণিতৰ গুৰুত্বপূৰ্ণ বছা বছা বছা ভাগ (২)
APDCLৰ পুৰণি প্ৰশ্ন আৰু সমাধান:
?????
https://www.youtube.com/playlist?list=PLho6sKzAghUYWDwsRrKKhVROxz1i-oowq
সাপ্তাহিক নিয়োগ ৱাৰ্তা: সকলো ধৰণৰ খালী পদৰ বিজ্ঞাপন
?????
https://www.youtube.com/playlist?list=PLho6sKzAghUbxaAKpEzxeboqssiDOogpi
RRB All Shift Group D exam: ৰেলৱেৰ সকলোবোৰ প্ৰশ্ন আৰু সমাধান
????
https://www.youtube.com/playlist?list=PLho6sKzAghUYRo_-bwerpuAsq8-uOlMSU
Maths Tricks Only: গণিতৰ জাদু শিকক
???
https://www.youtube.com/playlist?list=PLho6sKzAghUaSFVzuOwV7FwPjfJzbiTGH
Maths Special Classes: গণিতৰ বছা বছা প্ৰশ্ন আৰু সমাধান
????
https://www.youtube.com/playlist?list=PLho6sKzAghUbL7ZL5OfWVJJN0WRsyRWkD
Math Tricks & Solution: গণিতৰ সহজ সৰল সমাধান।
????
https://www.youtube.com/playlist?list=PLho6sKzAghUYVu8A6tPy58CxZT4CpEY5G
General Science GK: বিজ্ঞানৰ অতি গুৰুত্বপূৰ্ণ ক্লাছ।
????
https://www.youtube.com/playlist?list=PLho6sKzAghUbEb0PA2A2-MOdTozM1J5ff
Top Current Affairs Series: সমসাময়িক ঘটনা সমূহ
????
https://www.youtube.com/playlist?list=PLho6sKzAghUYFXfufSLbSACT7QjcmoBeM